A historical and archival exhibition of the Tezpur Mahila Samiti, “Sisters of Tezpur”, was organised and displayed in the XVII National Conference of the Indian Association of Women’s Studies (IAWS) at Thiruvananthapuram, Kerala from 7th to 10th September.
It located the history of the Tezpur Mahila Samiti and the town of Tezpur in the larger national history, detailing the struggles and contributions of the women of Tezpur. The exhibition explored women’s history using the mediums of photographs, notebooks, newspapers, textiles and was widely praised by the visitors. Curated by researcher Anidrita Saikia, the exhibition was co-organised by Tezpur Mahila Samiti, IAWS, and North East Network.
যোৱা ৭-ৰপৰা ১০ ছেপ্তেম্বৰ ২০২৩ চনত তিৰুৱনন্তপুৰমত অনুষ্ঠিত ইণ্ডিয়ান এচোচিয়েচন ফৰ ৱমেনচ ষ্টাডিজৰ সপ্তদশ ৰাষ্ট্ৰীয় অধিবেশনত তেজপুৰ মহিলা সমিতিৰ বিষয়ে “চিষ্টাৰ্ছ অফ্ তেজপুৰ” নামে এক ঐতিহাসিক আৰ্কাইভেল প্ৰদৰ্শনী প্ৰস্তুত কৰা হয়।
প্ৰদৰ্শনীখনত তেজপুৰ চহৰ তথা তেজপুৰ মহিলা সমিতিৰ অৱদান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰা হয়। সেইসময়ৰ ফটো, টোকাবহী, বাতৰি কাকত তথা বয়নশিল্পৰ উপস্থাপনৰে নাৰীৰ সামাজিক অৱদান দাঙি ধৰা এই প্ৰদৰ্শনীখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰে। ইণ্ডিয়ান এচোচিয়েচন ফৰ ৱমেনচ ষ্টাডিজ, তেজপুৰ মহিলা সমিতি তথা নৰ্থ ইষ্ট নেটৱৰ্কৰ সহযোগত গৱেষক অনিদ্ৰিতা শইকীয়াই প্ৰদৰ্শনীখনৰ ব্যৱস্থাপনা কৰে।